অসমীয়া প্ৰায়বোৰ বাতৰি কাকতেই আজিকালি ইন্টাৰনেটত উপলব্ধ, কিন্তু মাজে মাজে কিবা এখন বাতৰি কাকত বিচাৰি বৰ হাবাথুৰি খাবলগীয়া হয়| সেয়ে মই ব্যৱহাৰ কৰি থকা লিংক বিলাক এই ব্লগতে একেলোগ কৰিবৰ চেষ্টা কৰিছোঁ| আশাকৰোঁ সকলোৰে সুবধা হব|